৫ টা ফ্ৰী ভিডিঅ ইডিটীং এপ্চ এন্ড্ৰইড ডিভাইচৰ বাবে - Axom Tips

Breaking

Assamese Technology Website

Thursday, June 25, 2020

৫ টা ফ্ৰী ভিডিঅ ইডিটীং এপ্চ এন্ড্ৰইড ডিভাইচৰ বাবে

৫ টা ফ্ৰী ভিডিঅ ইডিটীং এপ্চ এন্ড্ৰইড ডিভাইচৰ বাবে

axom tips
5 Free Video Editing Apps for Android


কম্পিউটাৰ বাবে ভিডিঅ ইডিটিং ছফ্টয়েৰ বহুত আছে, সেইদৰেই এন্ড্ৰইড ডিভাইচৰ বাবেও গগুল প্লে ষ্টোৰ ত বিনামূলীয়াকৈ বহুত ভিডিঅ ইডিটিং এপ্চ উপলব্ধ।

এই এপ্চবোৰৰ সহায়ত ভিডিঅ ইডিটিং কৰিবৰ বাবে সুবিধাজনক আৰু লগতে সকলো বৈশিষ্ট্য আছে। ইয়াত আমি ২০২০ বৰ্ষৰ এন্ড্ৰইডৰ ভিডিঅ সম্পাদন কৰা এপ্লিকেচনৰ তালিকা প্ৰস্তুত কৰিছো যিবোৰ গগুল প্লে ষ্টোৰত বিনামুলীয়া কৈ উপলব্ধ । এই এপ্চ বিলাকৰ সহায়ত আপুনি আপোনাৰ ভিডিঅ ক্লিপবোৰ কোনো অসুবিধা নোহোৱাকৈ ইডিটিং কৰি ইউটিউৱ, ফেচবুক আদিত আপলোড কৰিব পাৰিব।



Note: This list isn’t in order of preference. You are advised to choose any of these editors that you prefer.



ফ্ৰী ভিডিঅ ইডিটীং এপ্চৰ তালিকা এন্ড্ৰইড ডিভাইচৰ বাবে



  •         FilmoraGo
  •          Adobe Premiere Club
  •          VideoShow
  •          PowerDirector
  •          KineMaster


1. FilmoraGo
axom tips


FilmoraGo এটা উল্লেখযোগ্য এন্ড্ৰইডৰ ভিডিঅ সম্পাদনা কৰা এপ্লিকেচন যি বহুত সংখ্যক ব্যৱহাৰ কাৰীৰ পচন্দ । trimming, cutting, adding themes, music, ইত্যাদি সকলোবোৰ ফাংচন সহজেই সম্পাদন কৰিব পৰা যায়। আপোনাৰ ভিডিঅ টো ভাল লগা দেখাবলৈ আপুনি ইনস্টাগ্ৰামৰ বাবে  ১ঃ১ ratio ভিডিঅ, ইউটিউবৰ বাবে ১৬ঃ৯ ratio ৰ ভিডিঅ তৈয়াৰ কৰিব পাৰে । বিপৰীত দিশৰ ধীৰ গতিৰ , ট্ৰানজেক্চন যুক্ত ইত্যাদি ভিডিঅ তৈয়াৰ কৰিব পাৰে।


Special Features Of FilmoraGo


  • Clips can be previewed in real-time.

  • Photos and videos can be imported from social media websites like Facebook, Instagram, etc.

  • An extensive collection of templates and effects.

  • A set of professional editing tools.



2. Adobe Premiere Clip

axom tips

Adobe Premiere Clip  ব্যৱহাৰ কৰি আপোনাৰ ডিভাইচৰ যিকোনো ক্লিপ তৎক্ষনাত সংপাদনা কৰিব পাৰে। এই এপ্লিকেচন টো বহুত দ্ৰুতগতিত কাম কৰে আৰু ব্যৱহাৰ কৰিবলৈ বহুত আনন্দদায়ক । এই এপ্লিকেচন টোৰ আৰু এটা বৈশিষ্ট্য হল ই স্বয়ংক্ৰিয় ভাৱে  ভিডিঅ সংপাদনা কৰিব পাৰে। এই এপ্লিকেচন টো আপোনাৰ পচন্দৰ অনুযায়ী ক্লিপ বা ফটো দিলে  স্বয়ংক্ৰিয় ভাৱে  ভিডিঅ সংপাদনা কৰি দিব ।
তাৰোপৰি আপুনি ইয়াৰ সহায়ত বহুতো ফাংচন ব্যৱহাৰ কৰিব পাৰিব যেনে, cutting, trimming, adding transitions, music, filters, effects, etc

এই এপ্লিকেচন টো গগুল প্লে ষ্টোৰ ত সম্পূৰ্ণ বিনামুলীয়া আৰু ইয়াত কোনো ধৰনৰ বিজ্ঞাপন নেদেখুৱাই । ইয়াৰউপৰি আপুনি ডাৰেক্ট ইউটিউব বা ফেচবুকত আপলোড কৰিব পাৰে ।

Special Features of Adobe Premiere Clip


  • Automatic mode for creating videos instantly.

  • Created videos can be exported to Adobe Premiere Pro CC.

  • Auto Mix feature dynamically balances the background music in videos.

DOWNLOAD

3. VideoShow
axom tips


VideoShow এপ্লিকেচন টো অসংখ্য পুৰস্কাৰ লাভ কৰিছে আৰু নিঃসন্দেহে গগুল প্লে ষ্টোৰ ৰ মাজৰ বিনামুলীয়া কৈ ভিডিঅ সম্পাদনা কৰা এন্ড্ৰইড ৰ বাবে এটা এপ্লিকেচন । এই এপ্লিকেচন টো লগত আছে ইউজাৰ ফ্ৰেইন্ডলী ইন্টাৰফেচ , ‍VideoShow নিৰ্ভৰযোগ্য আৰু ব্যৱহাৰ কৰিবলৈ সহজ । প্ৰয়োজনীয় সকলোবোৰ ফাংচন ইয়াত উপলব্ধ ।

Special Features of VideoShow

  • 50 elaborate themes to beautify videos, vlogs, and slideshows
  • Blurred background, options to adjust audio speed and voice enhancement features
  • Multiple background music can be added to a video.
  • The soundtrack of a video can be converted to mp3.


4. PowerDirector Video Editor App
axom tips


PowerDirector হৈছে এটা সম্পূৰ্ণ বৈশিষ্ট্যযুক্ত এন্ডয়ডৰ ভিডিঅ সম্পাদন কৰা আৰু সহজতে ব্যৱহাৰযোগ্য টাইমলাইনৰ সৈতে এটা এপ্লিকেচন । আপোনাক নিয়ন্ত্ৰণ কৰিবৰ বাবে কিছু সময় প্ৰয়োজন হব পাৰে। যাহওক আপুনি এবাৰ এই এপ্লিকেচনটোৰ বিশেষজ্ঞ হৈ পৰিলে মাত্ৰ ‌কেইছেকেণ্ডৰ ভিতৰতে ভিডিঅ তৈয়াৰ কৰিব পাৰিব।  ইয়াত আপুনি ৩০ তকৈ অধিক effect আৰু transition বাছি আপোনাৰ ভিডিঅত ব্যৱহাৰ কৰিব পাৰে।

আপুনি এই এপ্লিকেচনটো ব্যৱহাৰ কৰি  green screen  effect আপোনাৰ ভিডিঅত ব্যৱহাৰ কৰিব পাৰে। PowerDirector ৰ সকলোবোৰ ফাংচনৰ বাবে টিউটৰিয়েল ভিডিঅ আপুনি ইয়াতে পাব। এই এপ্লিকেচনৰ বহুতো বৈশিষ্ট বিনামুলীয়াকৈ উপলব্ধ ।

Special Features of PowerDirector

  • Videos can be exported in 4K with hardware support.
  • Slow-mo video editor for creating slow-mo video FX.
  • Chroma key selector for imparting transparencies in videos and layer effects.



5. KineMaster
axom tips

শক্তিশালী বৈশিষ্ট্যৰ লগত আৰু ভাল ইন্টাৰফেচ যুক্ত, KineMaster এন্ড্ৰইডৰ বাবে এটা সুবিধাজনক ভিডিঅ সম্পাদনা কৰা এপ্লিকেচন । ইয়াত আপুনি পাব drag n drop কৌশল । kinaster ৰ সহায়ত আপুনি দ্ৰুতগতিত ভিডিঅ সম্পাদন কৰিব পাৰিব।
আপুনি বহুতো বেলেগ বেলেগ transition, effect, text ইত্যাদি আপোনাৰ ভিডিঅত সংযুক্ত কৰিব পাৰিব।

Special Features of KineMaster

  • Multiple layers of videos, images, text, effects, overlays, stickers, and handwriting can be combined.
  • Instant preview feature for viewing the editing
  • Precise volume control from moment to moment within a clip




No comments:

Post a Comment