Google ৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি। - সকলোবোৰ অসমীয়াত পঢ়িবলৈ পাব। - Axom Tips

Breaking

Assamese Technology Website

Saturday, August 29, 2020

Google ৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি। - সকলোবোৰ অসমীয়াত পঢ়িবলৈ পাব।

 Google ৰ পৰা কেনেকৈ  টকা উপাৰ্জন কৰিব পাৰি। -  সকলোবোৰ অসমীয়াত পঢ়িবলৈ পাব।



 আপুনি জানিব বিছাৰেনে যে কেনেকৈ  গুগুলৰ পৰা টকা উপাৰ্জন কৰিব পাৰি? আমাৰ দেশত বহুত সংখ্যকলোকে অনলাইনৰ পৰা টকা উপাৰ্জন কৰিব পাৰি সেই বিষয়ে জানে। অনলাইনৰ পৰা টকা উপাৰ্জন কৰাৰ বাবে বহুতলোকৰ কাষত বহুত ব্যৱস্থা আছে যেনে Freelancing আদি। কিন্তু মই যদি আপোনালোকক কও যে Freelancing ৱেবছাইটৰ তুলনাত গুগুলৰ পৰা টকা উপাৰ্জন কৰিবৰ বাবে বহুত সহজ, তেতিয়া আপুনি কি ভাবিব ?



আপুনি ভাবিব ছাগে গুগুলৰ পৰা সচাকৈয়ে টকা উপাৰ্জন কৰিব পৰা যায়নে?  ইয়াত আমি অকল Search কৰো  আৰু ইয়াৰ বাবে আমি গুগুলৰ পৰা Solution পাওঁ । কিন্তু ময়ো আপোনালোকক মিছা কোৱা নাই । আপুনি অতি সহজতে গুগুলৰ পৰা টকা উপাৰ্জন কৰিব পাৰে । গুগুলৰ কাষত বহুত সংখ্যক Services আছে যিবিলাক আপুনি ব্যৱহাৰ কৰি প্ৰত্যেক মাহে ভাল উপাৰ্জন কৰিব পাৰিব। 


আমাৰ মাজৰে অধিকাংশ লোক গুগুলৰ এই সেৱা বিলাক বিষয়ে পৰিচিত যিবিলাকৰ সহায়ত উপাৰ্জন কৰিব পাৰি। আৰু ইয়াতকৈ ডাঙৰ কথাটো হল যে আপুনি কাম নকৰিলেও  গুগুলৰ পৰা টকা উপাৰ্জন হৈ থাকিব । এইয়ো শুনি আপোনালোকে ভাবিছে ছাগে একো কাম নকৰাকৈ কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি?? ইয়াৰ বাবে আপোনাক এটা উদাহৰণ দিও।



মানি লওক আপুনাৰ নিজৰ এটা Business আছে।  আপুনি যেতিয়া ছুটি লয় । তেতিয়াও আপোনাৰ লাভ হৈ থাকে । কিয়নো আপোনাৰ কৰ্মচাৰীবোৰে কাম কৰি থাকে যদিও আপুনি ছুটিত আছে। এইদৰেই কিছু দিন কাম কৰাৰ পিছত আপুনি কাম কৰা বন্ধও কৰি দিয়ে তেতিয়াও আপুনি গুগুলৰ পৰা টকা উপাৰ্জন কৰিব পাৰিব। তেনেহলে বলক আমি জানো গুগুলৰ পৰা টকা উপাৰ্জন কৰা পদ্ধতিৰ বিষয়ে। ইয়াৰ আগতে জানো আহক গুগুলৰ বিষয়ে। 



গুগুল কি ?



গুগুল শব্দটো Googol শব্দৰ পৰা লোৱা হৈছে। ই সংযুক্ত ৰাষ্ট্ৰ আমেৰিকাত অৱস্থিত,  এক আন্তৰাষ্ট্ৰীয় কোম্পানী যি  নিজৰ গুগুল search engine ইয়াৰ মুখ্য কাৰ্যালয় মাউন্টেইন ব্লু, কেলিফৰ্নিয়াত অৱস্থিত । ই পৃথিৱীৰ আটাইতকৈ ডাঙৰ search engine । ই Internet ৰ ওপৰত আধাৰিত  বহু Service আৰু Product বিকশিত কৰে। ইয়াৰ আৰম্ভণি ১৯৯৬ চনৰ Standford University ৰ ছাত্ৰ Larry Page আৰু Sergey Brin দ্বাৰা এক Research Product দ্বাৰা হৈছিল। ইয়াক বৰ্তমান CEO  হল Sundar Pichai.



গুগুলৰ full form কি ?


অলপ আগতে মই কৈছিলো যে গুগুলৰ মুখ্য উপাৰ্জন Advertising Program ৰ পৰা হয়। গুগুল Search Engine ৰ মুখ্য কাম হৈছে User দ্বাৰা Search কৰা Queries ৰ আধাৰত result প্ৰদৰ্শন কৰা। ইয়াত প্ৰায় ৪০ ত কৈ অধিক ভাষাত result প্ৰদৰ্শন কৰা হয়। ইয়াত যদি আপুনি জানিবলৈ আগ্ৰহী যে কেনেকৈ গুগুল প্লেটফৰ্ম ব্যৱহাৰ কৰি টকা উপাৰ্জন কৰিব পাৰি । তেনেহলে ইয়াৰ পিছৰ লিখনি আপুনি নিশ্চয় পঢ়িব লাগিব। 




গুগুলৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি ২০২০



এনেই গুগুলৰ পৰা টকা উপাৰ্জন কৰিবলে বহুত ব্যৱস্থা আছে । ইয়াৰ ভিতৰত কিছুমান ব্যৱস্থা আপোনালোকে জানেই ছাগে। আমি ইয়াত জনপ্ৰিয় ব্যৱস্থাবোৰৰ বিষয়ে আলোচনা কৰিম যিবিলাক ব্যৱহাৰ কৰি আপুনি অতি সহজতে গুগুলৰ পৰা টকা  উপাৰ্জন কৰিব পাৰিব। 


Instagram ৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি ?

Google Pay ৰ পৰা কেৱেকৈ টকা উপাৰ্জন কৰিব পাৰি?


১. Adsense  ৰ পৰা টকা উপাৰ্জন


‍Adsense হৈছে এক বিজ্ঞাপন কাৰ্যক্ৰম যাৰ মাধ্যমত গুগুল আপোনাৰ   Blog, Website, Youtube Video ত বিজ্ঞাপন প্ৰদৰ্শন কৰে। যেতিয়া কোনো visitor ৰে  এই বিজ্ঞাপনবোৰত ক্লিক কৰে, তেন্তে ইয়াৰ বাবদ আপোনাক গুগুলে pay কৰে। যদি ক্লিকো নহয় তেনেহলে গুগুল বিজ্ঞাপনৰ ওপৰত Mouse cursor ৰ going আৰু coming ৰ কাৰনে pay কৰে। 



গুগুল Adsense ইন্টাৰনেটত টকা উপাৰ্জন কৰা সকলোতকৈ ভাল পদ্ধতিৰ ভিতৰৰ এটা। পৃথিৱীৰ লাখ লাখ লোকে এই web tool ব্যৱহাৰ কৰি বহুত ভাল উপাৰ্জন কৰি আছে। আৰু সকলোতকৈ ভাল কথাটো হল যে ইয়াক ব্যৱহাৰ কৰিবলৈ বহুত সহজ।

ইয়াৰে কিছু ব্যক্তি  Adsense ব্যৱহাৰ কৰিব নোৱাৰে কাৰণ  তেওলোকে নাজানে যে কেনেকৈ website এটা ঠিক কৰি optimize কৰিব লাগে। এইকাৰণে গুগুল Adsense approve কৰা প্ৰক্ৰিয়া জানি লোৱা পিছত হে apply  কৰক।


এই বিজ্ঞাপন গুগুলৰ Adwords Program ৰ পৰা আহে যত ডাঙৰ ডাঙৰ কোম্পানীৰ নিজৰ বিজ্ঞাপন ইয়াত দিয়ে।  উদাহৰনস্বৰুপে মানি লোৱা যাওক 

GoDaddy, গুগুলৰ মাধ্যমৰ সহায়ত বিজ্ঞাপন দিয়ে আৰু গুগুলে আপোনাৰ ৱেবচাইটত সেই বিজ্ঞাপন প্ৰকাশ কৰে। ইয়াত GoDaddy বিজ্ঞাপনদাতা আৰু আপুনি প্ৰকাশক। এতিয়া গুগুলে প্ৰকাশকৰ পৰা পোৱা প্ৰত্যেক ক্লিকৰ বাবে বিজ্ঞাপনদাতাৰ পৰা পোৱা ৮০% আপোনাক দিয়ে আৰু বাকি অৱশেষ গুগুলে লয়। 



২. YouTube ৰ পৰা টকা উপাৰ্জন ।



বৰ্তমান সময়ত , YouTube  আমাৰ দেশৰ লগতে গোটেই বিশ্বত  জনপ্ৰিয় হৈ আছে। YouTube ৰ জনপ্ৰিয়তাই আজি আকাশ চুইচেগৈ কিয়নো আমি Video চাবৰ বাবে অধিক পচন্দ কৰো। কিছু Video Creator ভাল গুনাগুনৰ ভিডিঅ বনাই ৰাতিটোৰ ভিতৰতে চেলিব্ৰেটী ও হৈ যায়।

বৰ্তমান সময়ত, এক ‌internet user, Youtube  ত অন্য ৱেবচাইটৰ তুলনাত বেছি সময় কটাই। আৰু এনে কিছু ব্যক্তি আছে যিয়ে প্ৰতিমাহে ১৫ মিলিয়নতকৈ অধিক উপাৰ্জন কৰে।



YouTube Video Creator ক নিজৰ  content  বোৰক Monetization বাবে সুবিধা প্ৰদান কৰা হয়।  Creators বোৰক বিজ্ঞাপনৰ ওপৰত ভিত্তি কৰি pay কৰা হয় যাক ভিডিঅ চাই থাকোতে দেখুৱা হয়।

চেনেলৰ মালিকক বিজ্ঞাপনৰ ক্লিকৰ মাধ্যমত pay কৰা হয়।


প্ৰধানতে বিজ্ঞাপনৰ পৰা হোৱা উপাৰ্জন YouTube ৰ  Income ৰ মুখ্য কাৰন। যদি আপুনি এজন Video Creator হয়, তেন্তে আপোনাৰ  visitors সকলৰ বিজ্ঞাপন চোৱাৰ ওপৰত ভিত্তি কৰি আপুনি উপাৰ্জন কৰিব।  ইয়াৰ অৰ্থ এইটোৱে যে যেতিয়া কোনো এজন User ৰে বিজ্ঞাপনত ক্লিক কৰে বা ৩০ ছেকেণ্ড তকৈ অধিক সময় বিজ্ঞাপনটো চাই তেনেহলে আপোনাৰ Youtuber পৰা উপাৰ্জন হব।



3. Admob ৰ পৰা টকা উপাৰ্জন ।


আজিৰ দিনত যেনেকুৱাকৈ মবাইল ফোনৰ ব্যৱহাৰ হবলৈ ধৰিছে, তাক চাই নিশ্বয় কব পৰা যায় যে এই সময়ৰ ব্যক্তিসকল স্মাৰ্টফোনটোৰ ওপৰত বহুত নিৰ্ভৰশীল আৰু সময়ৰ লগত স্মাৰ্টফোনৰ চাহিদা বহুত বাঢ়ি গৈছে । আজি প্ৰায় সকলোৰে হাতত Android Smartphone আছে, যাৰ কাৰণে নতুন নতুন Android Application  দিনক দিনে চাহিদা বাঢ়ি গৈছে। এই চাহিদাৰ বাবে, আমি দেখিবলৈ পাইছো হাজাৰ হাজাৰ নতুন App  একেৰাহে গুগুল play store ত আহিবলৈ ধৰিছে। 


আপুনি যদি বিছাৰে, তেন্তে আপুনিও কিছু ভাল লগা বস্তুৰ ওপৰত  এটা App বিকশিত কৰিব পাৰে যাক সকলোৰে বাবে প্ৰয়োজনীয় আৰু আপুনি গুগুল play store ত প্ৰকাশ কৰিব পাৰে। আপোনাৰ উপাৰ্জন এইটো কথাৰ ওপৰত নিৰ্ভৰ কৰিব যে আপোনাৰ ‌App টো কিমান বাৰ ডাউনলোড কৰা হৈছে। App ডাউনলোড কৰাৰ পিছত আপোনাৰ পৰা গুগুলে কোনোধৰণৰ মূল্য নলয়, কিন্তু আপোনাৰ app  ত গুগুল Admob ৰ ব্যৱহাৰ কৰে, তেন্তে আপোনাৰ ‍app ব্যৱহাৰ কৰাৰ সময়ত, Downloader  ক বিজ্ঞাপন দেখুৱাই টকা উপাৰ্জন কৰিব পাৰে । 




এতিয়া আপুনি ভাবিব যে মই Developer নহয় আৰু এই বিষয়ত মোৰ অলপো জ্ঞান নাই, তেনেহলে মই কেনেকৈ এটা application বনাব পাৰো! যদিহে আপুনি মনোভাৱ লয় কোনো এটা বিষয়ত আৰু আপোনাৰ পকেটত টকা থাকিলে তেন্তে আপুনি কোনো এজন ভাল Developer ৰ লগত সম্পৰ্ক কৰি আপুনি Application এটা বনাব পাৰে। এজন ভাল developer ৰ লগত যোগাযোগ কৰি , আপুনি তাক আপুনি কেনেকুৱা app বনাবলৈ বিছাৰে, সকলোবোৰ কোৱা পিছত আপোনাৰ App হৈ যোৱাৰ পিছত 

গুগুল play store ত আপলোড কৰক। 



আপুনি আপোনাৰ নিজে বনোৱা app ৰ premium version তৈয়াৰ কৰি বিক্ৰি কৰিব পাৰে। ইয়াৰ সহায়ত user ৰে আপোনাৰ app ডাউনলোড কৰাৰ বিনিময়ত টকা দিব লাগিব। Downloader দ্বাৰা pay কৰা ৰাশি আপুনি পাব। 


গুগুলৰ পৰা টকা উপাৰ্জন কৰাৰ পদ্ধতি ।


মই আশা কৰিছো আপোনালোকে মোৰ এই লিখনি গুগুলৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি সচাকৈ ভাল পাইছে । মোৰ সদায় এটা চেষ্টা থাকে যে 

readers সকলৰ বাবে গুগুলৰ পৰা  টকা উপাৰ্জন কৰাৰ পদ্ধতিৰ বিষয়ে সম্পূৰ্ণ জ্ঞান দিব পাৰো যাতে অন্য sites বা Internet ত এই article সন্দৰ্ভত বিছাৰিবলৈ প্ৰয়োজন নহয়। 

ইয়াৰ বাবে আপোনালোকৰ সময়ো ৰাহি হব আৰু একে ঠাইতে আপোনালোকে সকলোবোৰ information পাব। যদিহে আপোনাৰ মনত এই  article ৰ ওপৰত কিবা  doubts আছে আৰু ইয়াৰ ভিতৰত কিবা শুধৰণি হোৱাটো বিছাৰে তেনেহলে আপুনি তলত comments কৰিব পাৰে।



যদি এই post গুগুলৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব পৰা পদ্ধতি ভাল পাইছে আৰু কিবা শিকিবলৈ পাৰিছে তেনেহলে  এই post টো অনুগ্ৰহ কৰি social networks যেনে  Facebook, Twitter আৰু বেলেগ 

Social media sites share কৰিব।

1 comment: